Assamese News Bulletin artwork

Assamese News Bulletin

195 episodes - Assamese - Latest episode: over 3 years ago -

Earshot - India's first news and non-news audio-streaming platform. Listen to the daily podcasts in Hindi, English, Bengali, Assamese, and Bhojpuri. You're round the clock news bulletin for your daily news appetite listen to Assamese News Bulletin only on Earshot.

Daily News News News Commentary podcast news india assamese assamese news bulletin daily news bulletine news bulletin news in assamese world news
Homepage Apple Podcasts Google Podcasts Overcast Castro Pocket Casts RSS feed

Episodes

October 21, 2020 Morning Assamese News Bulletin

October 21, 2020 04:08 - 2 minutes - 2.55 MB

আছুৰ সংবিধানতে ৰাজনীতিৰ কথা আছে : লুৰিণজ্যোতি কেন্দ্রীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ বাবে ভাল খৱৰ আজি মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

October 17, 2020 Morning Assamese News Bulletin

October 17, 2020 02:33 - 4 minutes - 3.82 MB

NEET পৰীক্ষাৰ ফলাফল ঘোষণা অ'টিপি অবিহনে উপলব্ধ নহ'ব এলপিজি চিলিণ্ডাৰ ৮উইকেটত কলকাতাক পৰাস্ত কৰিলে মুম্বাইয়ে

October 15, 2020 Morning Assamese News Bulletin

October 16, 2020 03:15 - 2 minutes - 1.97 MB

অসমীয়া ছবি জগতৰ বাবে এটা ভাল খৱৰ মাত্ৰ ৫ মিনিটতে পাব কৰোণাৰ ৰিজাল্ট ৰাজ্যত সক্ৰিয় বাৰ্মিজ চিগাৰেটৰ চোৰাং বেহা

October 15, 2020 Evening Assamese News Bulletin'

October 15, 2020 14:40 - 3 minutes - 3.51 MB

লখিমপুৰ লীলাবাৰী বিমান বন্দৰক উৰাজাহাজৰ পাইলট প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নীত ৰাছিয়াই প্ৰস্তুত কৰিলে কৰোণাৰ আন এক ভেকচিন..... ডি জি পি ৰ কাৰ্যালয়ত গৈ কি কৰিছে সঞ্জিত কৃষ্ণই

October 14, 2020 Evening Assamese News Bulletin

October 14, 2020 12:42 - 5 minutes - 4.94 MB

অচিৰেই গ্ৰেপ্তাৰ হ'ব সঞ্চিত কৃষ্ণ আছুত সংঘাত তুংগত বাংলাদেশে জিডিপি বৃদ্ধিত পৰাজিত কৰিব ভাৰতক

October 14, 2020 Afternoon Assamese News Bulletin

October 14, 2020 09:38 - 3 minutes - 3.16 MB

চেন্নাই চুপাৰ কিংছৰ অন্য এক অভিলেখ নাম একেই, ভুল হৈ গ'ল আৰক্ষীৰ বাবা ৰামদেৱৰ বিলৈ!

October 14, 2020 Morning Assamese News Bulletin

October 14, 2020 03:29 - 2 minutes - 2.21 MB

কৰোণাত আক্রান্ত হোৱা বিশ্বৰ মুঠ ২৮ কোটি লোক সুস্থ হৈছে ক্ৰিষ্টিয়ানো ৰনাল্ডো কৰোণাত আক্ৰান্ত আজি CID য়ে অক্ষয় চান্দক নিজৰ জিম্মাত ল'ব

October 13, 2020 Evening Assamese News Bulletin

October 13, 2020 13:41 - 3 minutes - 3.65 MB

ভূ লুন্ঠিত মানৱতা, উজান বজাৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ অসমত কমিছে কোভিড পজিটিভৰ হাৰ:হিমন্ত বিশ্ব শৰ্মা মহানগৰীত এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ

October 13, 2020 Afternoon Assamese News Bulletin

October 13, 2020 08:52 - 4 minutes - 4 MB

দুৰ্গা পূজা উদযাপন কৰিবলৈ কি কি নিয়ম মানিব লাগিব ? জনছন এণ্ড জনছনে কিয় বন্ধ কৰিলে কোভিড ১৯ৰ ভেকচিন পৰীক্ষনৰ কাম ? নাগালেণ্ডৰ মন্ত্রী চি এম চাঙৰ মৃত্যু

October 13, 2020 Morning Assamese News Bulletin

October 13, 2020 02:51 - 4 minutes - 3.85 MB

হাথৰছ ধৰ্ষণকাণ্ড: ২ নৱেম্বৰত পৰৰ্ৱতী শুনানি দিৱন ডেকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অসমত কোভিড ১৯ৰ শেহতীয়া খৱৰ

October 12, 2020 Evening Assamese News Bulletin

October 12, 2020 12:57 - 4 minutes - 4.36 MB

ডা০ দেবেন দত্ত হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়দান বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নতুন প্ৰস্তাৱ যুক্তৰাষ্ট্ৰই ধোঁৱা বোমাৰে আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে ভাৰতক : চীন

October 12, 2020 Afternoon Assamese News Bulletin

October 12, 2020 08:16 - 4 minutes - 3.72 MB

ভাৰতে কৰা কামক লৈ চিন্তাত চীন - পাকিস্তান বিশিষ্ট অভিনেতা সৌমিত্র চেটাৰ্জিৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক মুখ্য সচিবৰ ভাতৃক চি আই ডিৰ তলব

October 12, 2020 Morning Assamese News Bulletin

October 12, 2020 03:04 - 3 minutes - 3.12 MB

ৰিয়ান পৰাগৰ চমক, খেলপথাৰতে নাছিলে বিহু অসমত কৰোণাৰ শেহতীয়া খৱৰ নীলা পানী হ্ৰদত শোকাবহ ঘটনা

October 11, 2020 Evening Assamese News Bulletin'

October 11, 2020 12:43 - 4 minutes - 4.26 MB

হাথৰছ ঘটনাৰ তদন্ত কৰিব চি বি আইয়ে সোমবাৰৰ পৰা বগীবিল দলঙেৰে চলিব ৰাজধানী এক্সপ্ৰেছ অসমৰ দীর্ঘতম উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন

October 11, 2020 Morning Assamese News Bulletin

October 11, 2020 02:47 - 3 minutes - 3.38 MB

অসমত কৰোণা আক্রান্তৰ সংখ্যা ১৯৩৩৮৭ জনলৈ বৃদ্ধি ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী এতিয়াৰে পৰা কামাখ্যা মন্দিৰ প্ৰদক্ষিণ কৰিব পাৰিব ভক্তই

October 10, 2020 Evening Assamese News Bulletin

October 10, 2020 12:35 - 4 minutes - 4.24 MB

পৰ্যটকৰ বাবে মুকলি ছিকিম. এ জে পি আৰু ৰাইজৰ দল এক হৈ খেলিব নিৰ্বাচন. ভাৰতত কৰোণা ৰোগী ৬৯ লাখ.

October 10, 2020 Morning Assamese News Bulletin

October 10, 2020 03:16 - 3 minutes - 3.13 MB

পাকিস্তানতো বন্ধ হ'ল টিকটক অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰোণা ভাইৰাছক লৈ চীনৰ অদ্ভূত যুক্তি

October 09, 2020 Evening Assamese News Bulletin

October 09, 2020 12:32 - 5 minutes - 4.98 MB

শান্তিৰ নৱেল বঁটা ঘোষণা ফিনলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী এগৰাকী ১৬ বছৰীয়া যুৱতী মহামাৰীৰ সময়ত জীৱন ৰক্ষকৰ ভূমিকাৰে ডাকসেৱা

October 09, 2020 Afternoon Assamese News Bulletin

October 09, 2020 08:14 - 3 minutes - 2.83 MB

October 09, 2020 Morning Assamese News Bulletin

October 09, 2020 02:49 - 3 minutes - 3.57 MB

কেন্দ্রীয় মন্ত্রী ৰামবিলাস পাছৱানৰ দেহাৱসান অত্যাধুনিক ৰূপ দিয়া হ'ব বাণ থিয়েটাৰক আজিৰে পৰা ৰাজ্যত চলিব বাছ

October 08, 2020 Evening Assamese News Bulletin

October 08, 2020 15:38 - 4 minutes - 4.01 MB

ৰাজ্যৰ মহিলালৈ সু-খৱৰ অ'টো চালকৰ চিকিৎসা কৰাব চনু সুদে আমেৰিকাৰ নিৰ্বাচনৰ পিছত ফেচবুকৰ ৰাজনৈতিক বিজ্ঞাপনত নিষেধাজ্ঞা

October 08, 2020 Afternoon Assamese News Bulletin

October 08, 2020 10:17 - 3 minutes - 3.18 MB

ভাৰতীয় বায়ু সেনাৰ ৮৮ তম বায়ু সেনা দিৱস কৰোণাৰ বিৰূদ্ধে একত্ৰিত হৈ যুঁজাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ মাজুলীৰ পৰা উমানন্দলৈ বাঁহৰ ভূৰত যাত্ৰা

October 08, 2020 Morning Assamese News Bulletin

October 08, 2020 03:20 - 3 minutes - 3.1 MB

ৰাজ্যিক কেবিনেট বৈঠকত কি কি সিদ্ধান্ত লোৱা হ'ল ? নাগালেণ্ডৰ প্ৰাক্তন ৰাজ্যপালৰ আত্মহত্যা কলকাতাৰ হাতত পৰাস্ত চেন্নাই

October 07, 2020 Evening Assamese News Bulletin

October 07, 2020 13:00 - 5 minutes - 4.98 MB

৬ দিনৰ বাবে CID ৰ জিম্মাত পি কে দত্ত বিৰোধৰ বাবে ৰাজহুৱা স্থান ব্যৱহাৰত নিষেধাজ্ঞা চিনেমাহল খোলাৰ বাবে কি কি নিয়ম মানিব লাগিব ?

October 07, 2020 Afternoon Assamese News Bulletin

October 07, 2020 08:12 - 3 minutes - 3.39 MB

২৯ দিনৰ পিছত মুকলি আকাশৰ তললৈ ৰিয়া চক্ৰৱৰ্তী ১২ লাখ টকাৰ জৰিমনা ষ্টীভ স্মিথক ভাৰত - প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰৰ সৈতে বৈঠক

October 07, 2020 Morning Assamese News Bulletin

October 07, 2020 03:06 - 3 minutes - 3.33 MB

চৰকাৰী নিযুক্তিৰ সকলো পৰীক্ষা পাতিব বিশ্ববিদ্যালয় সমূহে চকা বন্ধ অব্যাহত থাকিব অসমত অসম পালেহি পি কে দত্ত

October 06, 2020 Evening Assamese News Bulletin

October 06, 2020 12:30 - 5 minutes - 4.88 MB

তীব্র গতিত পৃথিৱীৰ দিশলৈ আগুৱাই আহিছে গ্ৰহাণু ১০ দিনত ১কোটি লোকৰ কৰোণা পৰীক্ষা ৰিয়া চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মাৰ সময়সীমা বৃদ্ধি

October 06, 2020 Afternoon Assamese News Bulletin

October 06, 2020 08:24 - 4 minutes - 4.54 MB

নেপালত গ্ৰেপ্তাৰ পি কে দত্ত, চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা, হোৱাইট হাউচলৈ উভতিল ডনাল্ড ট্রাম্প

October 06, 2020 Morning Assamese News Bulletin

October 06, 2020 03:07 - 3 minutes - 3.46 MB

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মূখ্যমন্ত্রী মুলায়ম সিং যাদৱৰ দেহাৱসান IIT দিল্লীয়ে ঘোষণা কৰিলে JEE ৰ ফলাফল দিল্লীত আৰোগ্যৰ হাৰ ৯০ শতাংশ

October 05, 2020 Evening Assamese News Bulletin

October 05, 2020 13:13 - 3 minutes - 3.1 MB

বিজেপি নেতাক গুলিয়াই হত্যা ৫৪৭৩৯ জন হিতাধিকাৰীক ভূমি পট্টা প্ৰদান জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ

October 05, 2020 Afternoon Assamese News Bulletin

October 05, 2020 07:52 - 3 minutes - 3.07 MB

মাৰ্চ মাহত পোৱা যাব কৰোণাৰ ভেকচিন, দেশৰ স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা আজিৰ পৰা অসমত অনিৰ্দিষ্টকালিন চকাবন্ধ কংগ্ৰেছ নেতা আতাবক গ্ৰেপ্তাৰ।

October 05, 2020 Morning Assamese News Bulletin

October 05, 2020 03:15 - 4 minutes - 3.8 MB

মাৰ্কিন ৰাষ্ট্ৰপতিৰ স্বাস্থ্যৰ অৱনতি আজিৰে পৰা অনিৰ্দিষ্টকাললৈ চকা বন্ধ অসম ৰাইফলছৰে ULFA - NSCN ৰ সংঘর্ষ

October 04, 2020 Evening Assamese News Bulletin

October 04, 2020 12:46 - 3 minutes - 3.32 MB

দুৰ্ঘটনাত পতিত নৌ সেনাৰ গ্লাইডাৰ বিহাৰত ৰাজনৈতিক শত্ৰুতাৰ চৰম ৰূপ জনসাধাৰণৰ অৰ্থনৈতিক দূৰাৱস্থা দূৰ কৰিবলৈ সাজু চৰকাৰ

October 04, 2020 Morning Assamese News Bulletin

October 04, 2020 01:51 - 3 minutes - 3.14 MB

সোমবাৰৰ পৰা অনিৰ্দিষ্ট কালীন চকা বন্ধ অনুৰাগ কাশ্যপক জেৰা মুম্বাই আৰক্ষীৰ CBI ৰ অৱসৰ প্ৰাপ্ত বিষয়াক গ্ৰেপ্তাৰ

October 03, 2020 Evening Assamese News Bulletin

October 03, 2020 12:09 - 3 minutes - 3.09 MB

হাথৰছ কাণ্ড সন্দৰ্ভত মুখ খুলিলে যোগী আদিত্যনাথে। কংগ্ৰেছ দেশৰ সুৰক্ষাক অৱজ্ঞা কৰিছিল, কলে প্ৰধানমন্ত্ৰীয়ে অসমত বৃদ্ধি পাইছে নাৰী সংক্ৰান্তীয় অপৰাধ

October 03, 2020 Morning Assamese News Bulletin

October 03, 2020 03:08 - 3 minutes - 2.98 MB

অসম - উত্তৰ পূৰ্বাঞ্চলত হ'ব পাৰে ধাৰাসাৰ বৰষুণ ৫০০০ টকালৈ হ্ৰাস পালে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্যত হাথৰস জিলাৰ আৰক্ষী অধীক্ষকসহ ৪ জনক নিলম্বন

October 02, 2020 Evening Assamese News Bulletin

October 02, 2020 12:37 - 3 minutes - 2.97 MB

কৰোণাত আক্ৰান্ত ডনাল্ড ট্রাম্প ৰাইজৰ দল গঠন কৃষক মুক্তিৰ চীনৰ বিৰুদ্ধে ক্ষোভ কানাডা আৰু ভাৰতীয় সংগঠনৰ

October 02, 2020 Morning Assamese News Bulletin

October 02, 2020 03:08 - 3 minutes - 3.43 MB

অসমবাসীলৈ পুনৰ গৌৰৱ কঢ়িয়ালে আদিল হুছেইনে ৫৩ কিলোগ্ৰাম মাছ বিক্ৰী কৰি লাখপতি হ'ল এগৰাকী বৃদ্ধা বিদ্যালয় খোলা সৰ্ন্দভত কি ক'লে হিমন্ত বিশ্ব শৰ্মাই

October 01, 2020 Evening Assamese News Bulletin

October 01, 2020 13:30 - 4 minutes - 3.76 MB

৫ দিনৰ আৰক্ষীৰ জিম্মাত দিৱন ডেকাক বিটিচিত এদিনো বৃদ্ধি হ'ব নালাগে ৰাজ্যপালৰ শাসন প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ পি চিদাম্বৰমৰ

October 01, 2020 Afternoon Assamese News Bulletin

October 01, 2020 10:55 - 3 minutes - 3.42 MB

Microsoft ৰ প্ৰযুক্তিত অন্তর্ভুক্ত হ'ল অসমীয়া ভাষা আদালতত হাজিৰ কৰোৱা হ'ব দিৱন ডেকাক পাক সেনাৰ গুলিত শ্বহীদ ভাৰতীয় জোৱান

October 01, 2020 Morning Assamese News Bulletin

October 01, 2020 02:53 - 5 minutes - 5.08 MB

UPSC ৰ প্ৰাৰম্ভিক পৰীক্ষা পিচুওৱাৰ সিদ্ধান্ত বাতিল উচ্চতম ন্যায়ালয়ৰ IPL : কলকাতাৰ হাতত পৰাস্ত ৰাজস্থান গৃহ- মন্ত্ৰনালয়ে জাৰি কৰিলে আনল'ক-৫ ৰ নতুন গাইডলাইন

September 30, 2020 Evening Assamese News Bulletin

September 30, 2020 12:49 - 2 minutes - 2.7 MB

প্ৰথমে সন্ধিয়াৰ হেডলাইনসমূহ শীঘ্ৰে চুড়ান্ত হব কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতা বলিউডৰ মোহময়ী অভিনেত্ৰী আক্ৰান্ত হল কৰোণাত কোনে ঘোষণা কৰিলে এছ আই কেলেংকাৰীৰ নায়কৰ সন্ধান দিয়াৰ বাবে পুৰস্কাৰ

September 30, 2020 Afternoon Assamese News Bulletin

September 30, 2020 08:57 - 2 minutes - 2.79 MB

September 30, 2020 Morning Assamese News Bulletin

September 30, 2020 03:01 - 2 minutes - 2.59 MB

FTII ৰ নতুন অধ্যক্ষ শ্বেখৰ কাপুৰ চনু সুদক ৰাষ্ট্ৰ সংঘই দিব সন্মান ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা জাতীয় অৰ্কিড উদ্যান

September 29, 2020 Evening Assamese News Bulletin

September 29, 2020 12:31 - 3 minutes - 3.6 MB

ৰঙাপাৰা আৰু শিৱসাগৰত অনুষ্ঠিত নহয় উপ - নিৰ্বাচন সীমা বিবাদ : আন্তর্জাতিক সেতু খুলিলে ভাৰতে নতুনকৈ কি সৰ্তকবানী দিছে ICMR য়ে

September 29, 2020 Afternoon Assamese News Bulletin

September 29, 2020 07:43 - 4 minutes - 3.85 MB

পুনৰ যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ ৬১ লাখ অতিক্ৰম কৰিলে কৰোণা আক্রান্তৰ সংখ্যাই অসম পেট্ৰ'কেমিকেল লিমিটেডত স্থাপন হ'ল ইটালীৰ পৰা ক্ৰয় কৰা ৰিয়েক্টৰ

September 29, 2020 Morning Assamese News Bulletin

September 29, 2020 02:54 - 4 minutes - 3.85 MB

অসমৰ এগৰাকী প্ৰাক্তন মূখ্যমন্ত্রীৰ মৃত্যু BTR ৰ সীমা নির্ধাৰণক লৈ কমিটি গঠন ভাস্কৰ জ্যোতি মহন্তক আৰক্ষী নিযুক্তি ব'ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব

September 28, 2020 Evening Assamese News Bulletin

September 28, 2020 12:27 - 4 minutes - 4.5 MB

আজিৰে পৰা BTAD হ'ল BTR ১৫ নৱেম্বৰৰ ভিতৰত হ'ব SI ৰ লিখিত পৰীক্ষা SI কেলেংকাৰিৰ সৰ্ন্দভত অসম আৰক্ষীৰ সংবাদমেল

September 28, 2020 Afternoon Assamese News Bulletin

September 28, 2020 08:39 - 3 minutes - 3.52 MB

ভাৰতত পৰাজয়ৰ দিশে কৰোণা! অসম - নাগালেণ্ড সীমান্তত ড্ৰাগছ বিৰোধী অভিযান বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত প্ৰতিবাদ

September 28, 2020 Morning Assamese News Bulletin

September 28, 2020 03:04 - 3 minutes - 3.37 MB

আজি অখিল গগৈৰ জামিনৰ শুনানি কাৰ্বি লাংপিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা SI নিযুক্তি কেলেংকাৰিত ২১ জনক গ্ৰেপ্তাৰ